PUBLISH YOUR WRITING

     আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ এই ‘অসম সুবাস’ ৱেবচাইটৰ জৰিয়তে আমি সকলো উঠি অহা যুৱক যুৱতী তথা বয়োজ্যেষ্ঠ নাগৰিকক এখন মঞ্চ দিব বিচাৰিছোঁ নিজৰ প্ৰতিভা বিকাশৰ বাবে।আমাৰ সকলোৰে মাজত এজন সাহিত্যিক লুকাই আছে কিন্ত আমি আমাৰ লিখিনি বিলাক ৰাইজৰ মাজত উলিয়াই দিব পৰা নাই কিছুমান অসুবিধাৰ বাবে। কিন্তু  এতিয়াৰ পৰা আমি এনেকুৱা হবলৈ নিদিওঁ।সকলোৱে নিজৰ সুপ্ত প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰিব আমাৰ এই ৱেবচাইটৰ জৰিয়তে।

         তাৰ বাবে আপোনালোকে নিজৰ লিখনি সমূহ DTP কৰি আমাৰ email id ত পঠিয়াই দিয়ক আৰু আমি ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ লিখনি প্ৰকাশ কৰিম।

লিখনি সমুহ  পঠিয়াবৰ বাবে তলত দিয়া form খন Fill-up কৰক আৰু আমাৰ লগত যোগাযোগ কৰক |      

Please complete the required fields.