Axomiya Kobita মোৰ মন আকাশৰ জোন writer khun

মোৰ মন আকাশৰ জোন দুগালত হাত থৈ তুমি কি ভাবা….(জোন…!!!) সপোন নদীত নামিবা মোক বিচাৰি পাবা…. তোমাৰ ওঁঠৰ মোহনাত কি গজে ওঁঠে ওঁঠে লগলাগি প্রেমৰ আস্বাদন বাঢ়ে ৷ তোমাৰ বুকুৰ খলা-বমাত প্রেমিক চৰায়ে বাহ সাজে তোমাৰ বুকুৰ চ’ৰাঘৰত ৰুণুক-জুনুক জুনুকা মাতে তোমাৰ লাজুকী হাঁহিত কি আছে…!! চকুৰ চাৱনিত জোনাক নাচে….! পূর্ণিমাৰ জোনটি হৈ পোহৰাব আহিছা […]

আগলৈ

New Assamese Love Story সচাঁ ভালপোৱা part 2 Assamese Heart Touching Love Story

“ছোৱালীজনী অষ্টম শ্ৰেণীত আৰু ল’ৰাজন দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে!দুবছৰতে দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পৰ্ক গঢ়ি উঠে! যেতিয়া ছোৱালীজনী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয় তেতিয়া ছোৱালীজনীৰ মাক-দেউতাকে বিয়া দিয়াৰ সিধান্ত লয়! যেতিয়া ছোৱালীজনীয়ে মাক-দেউতাকে পতা কথাবোৰ গম পাই! তেতিয়া ল’ৰাটোক কয়! এতিয়া কি কৰা কৰা তুমি? মই তোমাক এৰি জীয়াই […]

আগলৈ

Herat Touching Love Story: প্ৰেমে নামানে কোনো জাতি Assamese love story

প্ৰেমে নামানে কোনো জাতি _প্লাৱিতা গোস্বামী বৰ্তমান কটন কলেজৰ ছাত্ৰী… কটনৰ বুকুত তাই প্ৰথম খোজ দিছিল ২০১৮ চনত তাইৰ মেজৰ আছিল ইংৰাজী বিভাগত আৰু তাই বহু দূৰৰ পৰা গৈছিল কটন কলেজত পঢ়িমগৈ বুলি..!!তাইৰ দেউতাকৰ প্ৰকৃত ঘৰ আছিল মালিগাওঁত কিন্তু চাকৰি সূত্ৰে সিঁহত গোটেই পৰিয়াল অৰ্থাৎ তাইৰ মাক,দেউতাক,ভাইটি আৰু আইতাক ডিফুত থাকিছিল আৰু তাই ডিফুতেই ডাঙৰ-দীঘল […]

আগলৈ

New Assamese Love Story সচাঁ ভালপোৱা Assamese Herat Touching Love Story

সচাঁ ভালপোৱা এবাৰ ছোৱালী এজনী আৰু লৰা এটাৰ ব্ৰেক-আপ হল ৷ ইজনে সিজনক বহুত ভাল পাইছিল,কিন্তু ভুল বুজাবুজিৰ বাবে সিহতৰ সমন্ধ অন্ত পৰিছিল ৷ কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পানীৰ ইন্টাৰভিউ দিবলৈ গৈ লগা লগি হল ৷ • খা-খবৰ সুধি ছোৱালী জনীয়ে কলে — ছোৱালী:- শুনিছো,তোমাৰ নতুন Gf জনী বোলে বহুত ধুনীয়া ৷ লৰা:- […]

আগলৈ

Mothers Day Speacial Assamese Short Story Maa মা New Assamese Short Story

মা এটা সৰু শিক্ষনীয় পোষ্ট,আশা কৰো সকলোৱে পঢ়িব **** স্ত্রী: আজি তুমি মোক কিছু প্রশ্ন উত্তৰ দিব লাগিব । স্বামী: কোৱা কি ? স্ত্রী: তুমি ইমান তোমাৰ বৃদ্ধা মা ক লৈ ভাবা কি ? আমাৰ কি কোনো ভবিষ্যৎ নাই? আমাৰ ল’ৰা-ছোৱালী কোনো চিন্তা নকৰা ? স্বামী: মই ঘৰৰ ডাঙৰ ল’ৰা, মোৰ দায়িত্ব, আৰু,তাৰ বাহিৰে মা-দেউতা […]

আগলৈ

Arrange Marriage pt – 3 New Assamese Love story এৰেঞ্জ মেৰেজ Assamese Love story

এৰেঞ্জ মেৰেজ পৰীক্ষা এটা দিবলৈ যাবলগা হল যোৰহাটলে । চিনি জানি নাপাওঁ একো । পৰীক্ষা দি উভতিলো । বাটতে পালে জহনিত যোৱা বৰষুণজাকে । মানুহ এঘৰৰ পদূলিৰ নঙলা খুলি সোমায় গলো । চিপচিপিয়া বৰষুণত তিতি বুৰি মাত দিলো । মাত শুনি মানুহ এজনী আহিলে । ঘটনা শুনি চকী এখন দিলে । বহি আছিলো , এনেকুৱাতে […]

আগলৈ

New Assamese Love story Arrange Marriage এৰেন্জ মেৰেজ Assamese Love Story

এৰেন্জ মেৰেজ খন্ড -2 ফুলশয্যা নিশা ৰমেন নিজৰ ৰুমলৈ সোমাই গল। পত্নী ৰশ্মি বিচনাত বহি আছিল । টেবুলত থকা গাখীৰৰ গিলাছটো দাঙি লওঁতেই নব বিবাহিতা পত্নী ৰশ্মিয়ে সুধিলে ” এগৰাকী পত্নীৰ অনিচ্ছা সত্বেও যদি স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে তেন্তে সেইয়া মৰম হবনে ধৰ্ষণ হব?” ৰমেনে গাখীৰৰ গিলাছটো ৰশ্মিলৈ আগবঢ়াই দি কলে ” তুমি […]

আগলৈ

New Assamese Love Story সপোনৰ প্ৰেম Heart Touching Love Story

সপোনৰ প্ৰেম আজি তাইক দেখিছো, মোৰ সন্মুখেৰে গৈছে। উঠত ৰঙা লিপষ্টিক আৰু কপালত ৰঙা ফুটোৰে জিলিকে উঠিছে তাই। তাইৰ কথা ভাবি থাকিলে যে টোপনিও।নধৰে মোৰ। নিশাও বহুত হৈছো, তাইৰ কথা ভাবিবলৈ এৰি মই শুই থাকিলো। তাই আহি মাত লগালে, অই, কি হল আজি তোমাৰ? কতনো কি হল? একো হোৱা নাইচোন। আজি মোৰ কথা ভৱা নাই […]

আগলৈ

New Assamese sad story শাৰিৰীক প্ৰেম assamese short sad story

Girl = জানো,এয়া কি কৰি আছা ? Boy = বিয়াৰ পিছত স্বামীয়ে পত্নীৰ লগত যিটো কৰে… Girl = কিন্তু এতিয়া কিয় ? Boy = তেন্তে মই কিনো ভূল কৰি আছো….যিটো বিয়াৰ পিছত কৰে মই সেইটো বিয়াৰ আগত কৰি আছো….মই তোমাৰ স্বামী হওঁ….তোমাৰ ওপৰত মোৰ অধিকাৰ আছে…বিয়াৰ আগত Girl = এইটো ভাল কথা হোৱা নাই কিন্তু….আমাৰ […]

আগলৈ

New Assamese Love Story প্ৰেম :Assamese Love Story

প্ৰেম💏 এজন ল’ৰাই এগৰাকী ছোৱালীক মনে মনে বহুত ভাল পাইছিল ॥ কলেজত সদায় ল’ৰাজনে ছোৱালী জনীক সৰু-সুৰা সহায় কৰি দিছিল আৰু তাৰ বদলি যেতিয়া ছোৱালী জনীয়ে তাক thanx বুলি কয় তেতিয়া তাৰ সুখৰ সীমা নোহোৱা হৈছিল॥ এদিনৰ কথা, দুয়ো খুজ কাঢ়ি কলেজৰ পৰা ঘৰলৈ বুলি গৈ আছে তেনেতে হঠাৎ বৰষোন আহিল আৰু দুয়ো গৈ উচৰতে […]

আগলৈ