Assamese Love Story নিয়ৰৰ সেমেকা ৰাতি Writter Satyajit Gogoi

নিয়ৰৰ সেমেকা ৰাতি Part 3 ৰাতিপুৱা উঠাত অলপ পলম হল৷দেউবাৰ দিনতোত এনেইও অলপ এলাহ লাগেই৷মুখখন ধুই চাহ দুকাপ পাতি দিলো৷অমৰো শুই উঠিলে৷ ঐ চাহ খাই অলপ উলাই যাম দেই৷ কত যাবি?মোৰ অলপ লিখিবলগা আছে৷ যলদি আহিম,ইনেই অলপ উলাই যাম৷ বল তেনে!ৰ মোৰ হেডফোন ডাল লৈ লও৷ ৰাতিপুৱা এই সময়খিনি মোৰ খোব ভাল লাগে৷আমি উলাই যাওঁৱে […]

আগলৈ

Axomiya Kobita মাতাল প্ৰেমিক writter : Jini Rabha

মাতাল প্ৰেমিক …………………… তোমাক জনাবলৈ মোৰ কবিতাৰ ভাষা নাই নাই কোনো শ্বায়েৰী নাই কোনো ৰোমান্সেৰে ভৰা ৰোমাণ্টিক কবিতা কেৱল ক’ব পাৰো তোমাক ভালপাওঁ বুলি । হয়তো আজিৰ প্ৰেমিকে কোৱাৰ দৰে আনি দিব নোৱাৰিম আকাশৰ জোনটি সাজি দিব নোৱাৰিম আকাশত সাজিব বিচৰা ঘৰটি আৰু হয়তো নোৱাৰিম জিনচ্ -টি চাৰ্ট – ছানগ্লাছ পিন্ধি বাইকত উঠাই লৈ ফুৰাবলৈ […]

আগলৈ

Axomiya Kobita হৃদয়ত বিষাদৰ দাৱানল writter : Riya Dutta

হৃদয়ত বিষাদৰ দাৱানল “”””””””””””””””””””””””” দাৱানল… বিষাদৰ দাৱানল,, মোৰ হৃদয়খন যে আজি বিষাদৰ দাৱানলেৰে ভৰিছে,,, উফ,বিষাইছে অ’ মোৰ বুকুখন…… মাজনিশাৰ নিৰবতা আৰু স্মৃতিবোৰ,, এইবোৰেইটো মোৰ হৃদয়ত বিষাদৰ দাৱানলবোৰৰ কাৰণ… বিষাইছে অ’মোৰ বুকুখন… … নিৰবতাই বিৰাজ কৰা মোৰ মনে নো এতিয়া আৰু কব… মাথো শব্দবোৰ লিখো নিতৌ ৰাতি ডায়েৰীৰ পাতত.. স্মৃতিবোৰো এইবোৰতে সামৰি ৰাখিছোঁ,, আৰু…. আৰু এই […]

আগলৈ

Axomiya Kobita আইৰ বুকুত সানিছে ক’লা দাগ writter : Saurav Raj Dutta

আইৰ বুকুত সানিছে ক’লা দাগ হে অসমী আইৰ সন্তান খিলঞ্জীয়া অসমীয়া জাগ জাগ , আকৌ যাবলৈ সাজু হ ৰণলৈ বুলি শৰাইঘাট । আজি চাচোন জাতীয় নায়ক হ’লগৈ স্বাৰ্থৰ লোভত খলনায়ক, দল বাগৰিও আইক সন্মান কৰিব নিশিকিলে মন্ত্ৰীয়েও ক্ষমতাৰ লোভত । আঞ্চলিকতাবাদ কৰি অসমী আইৰ সন্তান বুলি চিঞৰিও আজি গাদীৰ লোভত আইৰ বুকুত সানিছে ক’লা দাগ, […]

আগলৈ

Axomiya Kobita হেংদাং তুলিবৰ হ’ল writter Sumi Kalita

হেংদাং তুলিবৰ হ’ল হে অসমীয়া বীৰ বীৰাগংনা হয় যদি হ’বলৈ দিয়া আকৌ শৰাইঘাট! মাতৃ পূজাৰ এতিয়া সময় নকৰিবা তাত হেলা; বদন জন্মিছে, শতৰুক মাতিছে, এতিয়া সময় অসমীয়াৰ! শত্ৰুৱে আহি বৰপিৰা পাৰিছে আইৰ সেউজ কোলাত, জুই জ্বলিছে, শ্বহীদেও উচুপিছে; দুখুনি আইয়ে আৰ্তনাদ কৰিছে পুত্ৰৰ নিৰ্লজ্জ্ব কাণ্ডত! হে অসমীৰ সুযোগ্য সন্তান সময় নহয় হাত সাবটাৰ; হাতে কামে […]

আগলৈ

Axomiya Kobita :অসমীয়া নাৰী writter :মেহদী আলম মুস্তাফী

অসমীয়া নাৰী নিভাঁজ তাই আৰু তাইৰ আচৰণ, বতাহৰ ঢৌৱে ঢৌৱে বয় তাইৰ সুখ দুখৰ কাহিনী, কিয়নাে তাই এজনী অসমীয়া নাৰী। সুখৰ আমোদেৰে দুখৰ অশ্রুধাৰা ভাপ বনাব জনা, একক দহ বুলি জিয়াইও হাঁহি বিৰিঙণি বুলাব জনা, তাই এজনী অসমীয়া নাৰী। অসমীয়া সংস্কৃতি-পৰম্পৰাৰ খুটাৰ গাঁঠি তাই, চাদৰ-মেখেলাৰে অপাৰ সৌন্দৰ্যৰে ব্যক্ত তাই, কিয়নাে তাই এজনী অসমীয়া নাৰী। মিচিকিয়া […]

আগলৈ

Axomiya Kobita :আশাৰ মৃত্যুত writter :প্ৰাৰ্থনা ৰায় মেধী(পাপৰি)

আশাৰ মৃত্যুত আঘোণী আঘোণী লগা ওপজা দিনৰ পৰশত আশাৰ কল্লোলে সাজে স্বপ্নঘৰ ভৰষাও থিতাপি লয় লাজুকভাৱত সংগোপনে, সযতনে…। জীৱন বীণৰ আঁহে আঁহে যেতিয়া ঠিকনা বিচাৰে বাস্তৱতাই চঞ্চলতাই উঠাই লৈ যায় অাশাৰ পানচৈ…. ভৰষাৰ জুৰিটি আৰু কল্পনাৰ আকাশীতৰাক..। অাজিও মই ৰৈ আছো চিৰন্তনত দুলি দুলি আঁতৰি যোৱা মৰমৰ পাহাৰত…. হৃদয়ৰ ক্ষণভঙ্গুৰতাক বিচাৰি কল্পনা অাৰু ভৰষাৰ ৰন্ধ্ৰে […]

আগলৈ

Axomiya Kobita :জাৰৰ বৰষুণজাক writter Midul Ali

জাৰৰ বৰষুণজাক অভিমানি বৰষুণজাকে হাড় কপাইছিল জাৰৰ বৰষুণ,বৰ কষ্টৰ ! বাইকখন ৰাখি চাৰিআলিৰ চাহৰ বিপনীত থিয় দিলো,,, হৃদয়ৰ ৰঙাখিনি শুকাই আহোতেই তুমি সাৰ পাই উঠিছিলা মোৰ ওচৰত, ইলাচি দিয়া চাহ দুয়োৰে হাতত সুবাস ইলাচিৰ আছিল নে তোমাৰ ? নে সেয়া অনুভৱৰ দৰ-দাম ? দূৰত্ব তেতিয়াও আছিল যদিও তোমাৰ দেহৰ প্ৰতিটো ভাজত বগাইছিলোঁ মই তুমি উমান […]

আগলৈ

Axomiya Kobita : শূণ্যতাৰ খেলা writter Liza Talukdar

“শূণ্যতাৰ খেলা” আপোনাৰ নিষ্পাপ হাঁহি এটিতউৰুৱাই দিওঁ ভগ্ন হৃদয়ৰ বেদনা,নেভাবো নেভাবো বুলি ভাবিওহৃদয়ৰ সতে খেলি থাকোঁ শূন্যতাৰ খেলা।মোৰ জানিবলৈ মন যায়শৰতৰ তল সৰা জোনাকতআমাৰ বিচ্ছেদৰ গাঁঠাকিমান কৰুণ দেখি!জিৰ্‌জিৰ্‌কৈ বৈ থকানৈৰ শব্দত…আমাৰ স্বাভিমানবোৰকিমান অভিমানী দেখি!নিশা যিমানেই গভীৰলৈ যায়কলিজাৰ কাৰেঙত বাজি উঠেশোকৰ ঝঙ্কাৰ সনা বিষাদৰ গান;তথাপিও মাতালৰ দৰে কন্দা নাইহৃদয়দীনতাৰ দহনত মাথোঁদাউ দাউ কৈ জ্বলি মৰিছো;আৰু হুমুনিয়াহবোৰ […]

আগলৈ

Axomiya Kobita আকৌ এবাৰ writter Preety Saikia

আকৌ এবাৰ কাৰোবাৰ সীমাহীন সাহসতেই… আঘাতপ্রাপ্ত চৰাইটো ও যেন… আজি মনোবল বান্ধি লৈছে…, মুকলি আকাশৰ তলত আকৌ এবাৰ… পাখি মেলি উৰাৰ উদ্দেশ্যে…।। কিন্তু এক অচীন হতাশত যেন…!! বাৰে বাৰে থমকি ৰৈছেহি…সি..।। আধৰুৱা কবিতাবোৰ… পূৰ্ণতা দিশে আগবাঢ়িছিলহে মাত্ৰ…!! কিন্তু কিন্তু… সেই আধৰুৱা কবিতাবোৰেই ও যেন… আজি এক সংকয়ত আছে…!! কিজানিবা আকৌ থাকিব লগীয়া হৈ.. সেই একক […]

আগলৈ