Assamese Love story : Kuwoli Godmorning Chapter 2 part 5

(৫)…………সি আৰু একো নোকোৱা হল,তাৰ মুখখন তেতিয়ালৈ ৰঙা পৰিয়ে আছিল ।আৰু ৰব নোৱাৰিলোঁ মই কৈয়ে পেলালোঁ। -“I love you” নাজানো কেনেকৈ কলো তাক  মই এইষাৰ কথা। সকলো যেন স্তব্ধ হৈ গল, সি মোৰ মুখৰফালে চালে, ষ্ট্ৰীট লাইটৰ পোহৰত তাৰ চকু কেইটা জিলিকি উঠিছিল। মই তাৰ চকুযুৰিতে হেৰাই আছিলোঁ, কিন্তু আজি সি বেলেগ কৰা নাছিল,সিও আজি […]

আগলৈ

Assamese Love story :Kuwoligoodmorning Chapter 2 part 4

Kuwoli#goodmorning chapter :2 Part : 4 Author : Unknown তাৰ চকুকেইটাৰ ফালে চালো মই।আজি যে ফুৰিবলৈ যাবৰ বাবে লগ ধৰিলে। চকুকেইটা ডাঙৰ কৰি মোৰ সোধা গল। -“এতিয়া?” -“কিয়,এতিয়া ফুৰিব যাব নোৱাৰি নেকি?” -“কত যাবি?” -“কতো নাযাও,এনেই বাহিৰত খোজ কাঢ়িব যাম।ভাল লাগে গৈ।” -“ঠিক আছে ৰহ,মই মাক কৈ আহোঁ, আকৌ বিচাৰি ফুৰিব নহলে।” -“ঠিক আছে যা।” […]

আগলৈ

Assamese Love story :Kuwoli goodmorning Chapter 2 Part :1

Kuwoli#goodmorning Chepter2 part1:- Author : unknown (১)………প্ৰায় এমাহ হল,আজিকালি তাৰ লগত সদায় মেছেজ ফোন কৰোঁ। আজিকালি সি আমাৰ ঘৰটো আহে।পপাও তাক ভাল পাই বহুত।আজি ডিচেম্বৰৰ একত্ৰিছ তাৰিখ।কাইলৈৰ পৰা ২০১৯ আৰম্ভ হব। আজি ৰবি খুড়া হতৰ ঘৰত পাৰ্টি।মানে নতুন বছৰৰ পাৰ্টি।আমাকো মাতিছে খুড়াই।তাক কালিয়ে কৈ থৈছোঁ মই।ৰাতি সিও আমাৰ লগত একলগত ভাত খাব।       […]

আগলৈ

Assamese Love story : Kuwoli goodmorning Part : 2

Kuwoli #good-morning (Part :2) (Author : Unknown) (২)…….আজি নৱেম্বৰৰ ২৭ তাৰিখ।এই পৃথিৱীত ২০ বছৰ সম্পূৰ্ণ হল মোৰ।ৰাতিৰ পৰা কিমানৰ শুভেচ্ছা কিমানৰ শুভকামনা,কিমানক ধন্যবাদ দিম। জন্মদিনৰ দিনা কিবা এটা ভাল লাগে।সেইদিনা নিজকে কিবা ৰজা ৰজা feel হয় 😁।আৰু তাতকৈও সুখৰ কথা আজি আমাৰ পৰীক্ষা শেষ হব।ফেচিক ৰাতিপুৱা গৈ এ কৈছোঁ-“আজি তই আমাৰ তাত থকাকৈ যাব লাগিব।” […]

আগলৈ

Assamese Love story : Kuwoli goodmorning Part :1

Kuwoli #good-morning (Part :1) Author : Unknown (১)……..আজি প্ৰায় এবছৰে হল।ৰাতিপুৱা সূৰ্যটো দেখি ভাল লাগে। ৫ বজা আজি কেইমাহমানৰ আগতে গধূলিয়ে দেখিছিলোঁ।ৰাতিপুৱাৰ ৫ বজাটো গোধূলিৰ দৰেই ধুনীয়া। infact গধূলিতকৈ অলপ বেছিহে ভাল লাগে ।ৰাতিপুৱা চৰাইৰ মাত।কোলাহল বিহীন পথ।এটি সুন্দৰ পৰিবেশ। মাও মৰম কৰে আজিকালি।ছোৱালীজনী আগৰ দৰে নাই যে☺️। কিন্তু সি মোৰফালে এবাৰো নাচাই কিয়?আজি ইমান […]

আগলৈ

Assamese love story: Kuwoli goodmorning Chapter 2 part :2

(২)……….……ৰাতিপুৱা জগিঙত যাওঁতে আৰু সন্ধিয়া বেডমিণ্টন খেলোটেই যি লগ পাওঁ,ফোনটোত আজি দুদিনমানৰ পৰা কথা পাতিব কিবা সময়ে নাই,PUBG নে কি সেইডালে খেলি থাকে।           তেতিয়া ৪:৩০ মান বাজিছিল।সি আহিবৰ সময় হৈছে।আজিকালি আকৌ তেখেতৰ attitude এ বেলেগ।কলিং বেলটো যে আছে গমেই নাপায়।পিঠিত ৰেকেতডাল লৈ গেটৰ পৰাই চিঞৰে😒। -“অ’খুড়া….!” হেঁয়া, আহি পালেই😄। মই […]

আগলৈ

Assamese Love story :Kuwoli goodmorning chapter 2 Part :3

         শীতে আৱৰি ধৰা এটি সুন্দৰ সন্ধিয়া। নিয়ৰ সনা দুৱৰিবনে যেন ৰৈ আছে নতুন বছৰক সম্ভাষণ জনাবলৈ।আকাশৰ তৰাবোৰেও যেন মোৰ ফালে চাই মিচিকিয়াই আৰু কয় ‘ যা আৰু দেৰি নকৰিবি,সোনকালে মনৰ কথা কৈ দে।’          গুৱাহাটীত আজি তাপমান দহ  ডিগ্ৰী। ঠাণ্ডা আজি সচাই বহুত বেছি। ভাল লাগে এই ঠাণ্ডা খিনিও।সন্ধিয়া […]

আগলৈ

Assamese Love Story: Kuwoli Goodmorning part : 9

(৯)……….গম পাইছিলোঁ এই ৰাতিপুৱা গাখীৰৱালাটোৰ বাহিৰে কোন নো হব আৰু। হয়,মই ভবাটোৱে হয়। গাখীৰৱালাটোৱে গাখীৰ লৈ আহিছিল। তাৰ পৰা গাখীৰ খিনি লৈ ফ্ৰীজত থৈ মোবাইলটোৱে হাতত তুলি ললোঁ। ডাটা অন কৰাৰ লগে লগে ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট এটা আহিল।         মোৰ চকু কেইটা ডাঙৰকৈ মেলি দিয়া গল আৰু মুখত এটা সন্তুষ্টিৰ হাঁহি উজলি […]

আগলৈ

Assamese Love Story: Kuwoli Goodmorning Part : 10

(১০)……..-“হুম, ক কি কথা আছে।”    -“মানে…..” -” কি মানে মানেকৈ আছ,কি কথা আছে ক আকৌ।” -“মানে মই কাৰোবাক ভাল পাওঁ🤗” কথাষাৰ কোৱাৰ লগে লগে তাই মোৰফালে এনেকৈহে চালে যেন মই ‘CAB’ হে সমৰ্থন কৰিছোঁ।((এইছেগতে সমূহ অসমবাসী ৰাইজলৈ আমাৰ অসম  সুবাস team ৰ জৰিয়তে আহ্বান জনালোঁ সকলোৱে অসমৰ জাতি মাটি ভেটিৰ স্বাৰ্থত ওলাই আহক আৰু […]

আগলৈ

Assamese Love Story: Kuwoli Goodmorning Part : 11

(১১)………..মাক মাত লগাই তাই গুচি গল।তাই কোৱা কথাখিনি এবাৰ ভাবিলোঁ।কিন্তু মন আৰু মগজুৰ যুদ্ধত মনে জয়ী হল।মনত বিভিন্ন কথাৰ ভাবৰ বুৰবুৰণী।বাৰে বাৰে ফোনটো চাওঁ,তাৰ মেছেজ আহিলেই নিকী?নাই,তেতিয়ালৈ তাৰ ফোন মেছেজ একোৱেই নাই।           দুপৰীয়া প্ৰায় দুই মান বাজিল।ফোনটো ভাইব্ৰেত হল।ফোনটো হাততে লৈ ৰখি আছিলোঁ তাৰ মেছেজ আহে বুলি।তাৰ মেচেজটো দেখি আকৌ […]

আগলৈ