Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 10

A Match Made in PKC দশম আৰু অন্তিম খণ্ড :— “তোমাৰ চকলেট টো..”(তাৰ কথা সম্পূৰ্ণ নহঁওতেই মই হাত খন মেলি দিছিলো আৰু সি কৈছিল)—-“পাহৰিলো হা আনিব..!!”__সি সঁচাই পাহৰিছিল আনিব কিন্তু সি কৈছিল ব’লা তুমি মোৰ লগত বাহিৰলৈ মই তোমাক কিনি দিম,মই খঙতে নগ’লো আৰু তাক কাইলৈ লৈ আহিব কৈছিলো। সি আনিম বুলি কৈছিল আৰু সেইদিনা […]

আগলৈ

Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 9

A Match Made in PKC নৱম খণ্ড :- –“মোক কিজানি তুমি সেই কাজিয়া খন হোৱা দিনৰ পৰা বেয়া পোৱা হৈ গৈছা..?” –“নাই বেয়া পাইছিলো তোমাক মই কিন্তু সময়ৰ লগে লগে পাহৰিছো সেইবোৰ,এতিয়া বেয়া নাপাওঁটো..!!” –“মই কলেজত মাতিব বিচাৰো কিন্তু মাতিবই পৰা নাই তোমাক..” –“গম পাওঁ..!!” __তাৰ পিছত আমি লাহে লাহে কথা পাতিব আৰম্ভ কৰিছিলো,লাহে লাহে […]

আগলৈ

Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 8

A Match Made in PKC অষ্টম খণ্ড :- ___Seen___— কিন্তু মই ৰিপ্লাই নকৰিলো,তাতেই চাই থৈ দিলো মেচেজটো মানে মোৰ ইচ্ছা নহ’ল কথা পাতিব। জুন মাহ আমাৰ ৩য় ষান্মাষিকৰ ক্লাচ সমূহ আৰম্ভ হৈছিল । এদিন হঠাৎ আকৌ মেচেজ আহিছিল মোৰ তাত মোৰ ফেচবুক ষ্ট’ৰি ৰিপ্লাই সেইদিনা মই ৰিপ্লাই কৰিছিলো এটা ইম’জি দিছিলো মাত্ৰ তাৰ পিছত আৰু […]

আগলৈ

Assamese Love Story A Match Made in PKC Writter Daisy Sarma part 7

A Match Made in PKC সপ্তম খণ্ড:- মই হাইয়াৰ ছেকেণ্ডৰী ফাইনেল দিম..কিন্তু মোৰ ইক’ন’মিক্স খন একো পঢ়া হোৱা নাছিল,পঢ়িলেও মোৰ মনত নাথাকে সঁচা কথাত মোৰ মন চঞ্চল হৈ গৈছিল আৰু ইক’ন’মিক্স বহুত টান আছিল মোৰ মনত ভয় আহি গৈছিল কৰো কি মই ফাইনেললৈ মাজত মাত্ৰ এসপ্তাহ…উপায় নাপায় মই দেউতাৰ ওচৰত গৈছিলো আৰু দেউতাই সেইদিনা কোৱা […]

আগলৈ

Assamese Love Story A Match Made in PKC Writter Daisy Sarma part 6

A Match Made in PKC ষষ্ঠ খণ্ড:- _মোৰ বিশ্বাস হোৱা নাছিল… ——এনেকুৱা হৈছিল যে তেওঁক মই শুধিম আৰু তেওঁ ক’ব সকলো মিছা…কিন্তু মোৰ চকুই দেখা মিছা কেনেকৈ হ’ব..?তেওঁটো ফেচবুক সদায় চলাই আছে তেনেহ’লে কি এইবোৰ..?৩বছৰৰ পৰা দিয়া আছে In a relationship বুলি..!! — মই তেওঁক শুধিম…নোৱাৰো নিজেই সিদ্ধান্ত লব তেওঁ মোক বুজায় কব আচলতে সঁচা […]

আগলৈ

Assamese love Story A Match made in PKC writter Daisy Sarma Part 5

A Match Made in PKC পঞ্চম খণ্ড:- –“Hey ডিম্পী ঘৰ কোনফালে তোমাৰ..?” –“আপুনি ঘৰত আহিব..?ৰব মই পূজাত আছো গৈ আছো..” –“আৰু মই তোমাৰ পিচফালে..” –(কি মোৰ পিচত)”আহিলেই মানে আহিম বুলি..!!” –“অহটো..কিয় বেয়া পাইচা..?” –“নাই নাই নাপাও..ঘৰত নাযায় নেকি?” –“এতিয়াই হোৱা নাই দিয়া Miss Sarmah পিছত এদিন তোমাৰ ঘৰতেই আহিম..!!” __এনেদৰে ১ঘন্টামান মোৰ লগত কটায় তেওঁ […]

আগলৈ

Axomiya Story A Match made in PKC writter Daisy Sarma Part : 4

A Match Made in PKC চতুৰ্থ খণ্ড:- পঢ়াৰ মাজত এবাৰ ফোনটোৰ ফালে চালো একো ৰিপ্লাই অহা নাই,মেচেজ টো দিব মোৰ ৪৫ মিনিট মান হৈছিল। লাহেকৈ তেওঁ অনলাইন আছিল নে চালো আৰু ১০ মিনিট আগত তেওঁ অনলাইন আছিল কিন্তু মোক ৰিপ্লাই কৰা নাছিল….ভাবিছিলো ব্যস্তয়ে হ’ব কিজানি কালিয়ে কৈছিল মোৰ লগত নো কি আছে তেওঁৰ এনেহে সহায় […]

আগলৈ

Assamese Love Story A Match made in PKC writter Daisy Sarma Part : 3

A Match Made in PKC তৃতীয় খণ্ড :– —“কিবা কৈছা তুমি…?” —“নাই একো নহ’য়….!!” তেওঁ ফোনটো পকেটত ৰাখি ছাতিটো থৈ এখন হাতত মোৰ বেগ লৈছিল আৰু আনখন হাত মোলৈ আগবঢ়াই দিছিল। “মই পাৰিম দিয়ক নিজেই…” ঠিক আছে তেনেহ’লে বুলি কৈ মই পাৰ হৈ যোৱা পিছত মোৰ হাতত বেগটো দি তেওঁ তাৰ পৰা গুচি গ’ল।কোনো ধৰণৰ […]

আগলৈ

Axomiya Story A Match Made in PKC Writter Daisy Sarma Part : 2

A Match made in PKC দ্বিতীয় খণ্ড :- …..কি হৈছে ছাৰ কিবা অসুবিধা?কি নাম তোমাৰ.? মই মনতে(মোক কব ছান্স দিব নে ই)…!! এইজনী ছোৱালীয়ে কি গম নাপাই নেকি পূব কামৰূপ মহাবিদ্যালয়ত যে ম’বাইল ফোন মানা আছে? –দূৰৰ পৰা কি হৈছে বুলি প্ৰশ্ন কৰা ল’ৰাজনৰ ফালে চাই ছাৰে কথাখিনি মোকেই ক’লে। ল’ৰাজনে পুনৰ মোৰ ফালে চালে […]

আগলৈ

Axomiya Story A Match made in PKC Writter : Daisy Sarma Part : 1

A Match made in PKC প্ৰথম খণ্ড :- ঘৰৰ পৰম্পৰা ৰক্ষা কৰি ঘৰৰ মানুহে মোকো সেই একে খন মহাবিদ্যালয়তে নাম ভৰ্তি কৰাৰ কথা ভাৱিলে । ৰিজাল্ট‌ ইমান বেয়া নাছিল যদিও দেউতাৰ মতে মই তেওঁ পঢ়া কলেজখনতে পঢ়িব লাগিব আৰু এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ সেইপাৰে যাব নালাগে পঢ়িব নালাগে । দেউতা বৰদেউতা,বা,দাদা হ’তে পঢ়ি যোৱা কলেজখন কোনো […]

আগলৈ