Axomiya Article নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক Writter Kishor Deka

নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক যদিহে অহা বছৰটোৰ আজিৰ দিনটো কেনেকুৱা হব সেয়া চাবলৈ বিচাৰে তেন্তে আজি অলপ ভয় খাওক ,পিছে আতংকিত নহব । কাৰণ আমি ভাৰতীয়সকলে যেতিয়ালৈকে ভয় নাখাওঁ তেতিয়ালৈকে সচেতন নহওঁ । ৰাজ্যখনৰ সকলো স্তৰৰ মানুহেই আজিৰ তাৰিখত ভয় খোৱাটো প্ৰয়োজন। বামপন্থী ,সোঁপন্থী , কা-বিৰোধী , সৰ্মথনকাৰী , হিন্দু-মুছলমান সকলোৱে ভয় খাওক। […]

আগলৈ

Axomiya Article : “কৃত্ৰিমতাৰ এই জগতখনত পিতৃ-মাতৃৰ ভূমিকা” Writter : Surojit Kalita

“কৃত্ৰিমতাৰ এই জগতখনত পিতৃ-মাতৃৰ ভূমিকা” ‘প্ৰেমৰ ৰণাংগনত ডাক্তৰ – ইঞ্জিনীয়াৰ বোৰেই প্রধান শত্ৰু’, হিমাংশু প্ৰসাদ দাসে ৰচনা কৰা এটা জনপ্ৰিয় কবিতাৰ একাষাৰ। কৃত্ৰিমতাৰ এই পৃথিৱীখনত উঠি অহা প্ৰজন্মৰ বাবে ডাক্তৰ – ইঞ্জিনীয়াৰ নাম কেইটাও ক্ৰমাৎ শত্ৰু হৈ পৰিছে। সন্তানে কি হ’ব বিচাৰে সেই কথাটো হয়তো কিছুমান মাক-দেউতাকে আজিকালিৰ দিনতো জানিব নিবিচাৰে। মাত্ৰ হয় ডাক্তৰ নহ’লে […]

আগলৈ

Axomiya Article কাৰন আমি গৰু writter : Asok Kumar Nath

কাৰণআমিগৰু! ( ৰস-ৰচনা) ঘৰখনত নতুনকৈ এজন গৰখীয়া তথা হালোৱাক এপ‌ইণ্ট্ কৰা হৈছে। নাম– টংকেশ্বৰ। এহালেই হালোৱা-গৰু গৃহস্থৰ; আৰু গৰু নাই। প্ৰথম দিনা পুৱা গোহালিত– গৰু দুটা তেতিয়া বহি আছিল। ( বহি আছিল বুলিয়েই ক’ব লাগিব ন! কাৰণ সিহঁত দুটা তেতিয়া টোপনিত নাছিল। )। গৃহস্থ যিহেতু উঠাই নাই, টংকেশ্বৰে চাদা অকণ খাই ল‌ওঁ বুলি ভাবি চাদা-টেমাটোৰ […]

আগলৈ

Axomiya Article : এজন প্ৰবাসী অসমীয়াৰ মনৰ কথা writter Dr.Bhupen Saikia

এজন প্ৰবাসী অসমীয়াৰ মনৰ কথা কিছু আক্ষেপৰে মনৰ কথা কেইটিমান বেকত কৰিব লৈছোঁ ৷ কোনেও গাত পাতি নলয় যেন আৰু মোৰ কথাখিনিক আত্মশ্লাঘা বুলি গণ্য নকৰে যেন ৷ ‘যি কম সঁচা কম’ নীতি সৰোগত কৰি স্মৃতিৰ পাত লুটিয়াই বিশ্লেষণ কৰি যাব খুজিছোঁ ৷ অসমত চৰকাৰী চাকৰি কৰি থকা সময়ত এবাৰ অসম চৰকাৰে বিদেশত বিভিন্ন বিশেষ চিকিৎসা পাঠ্যক্ৰম পঢ়িবৰ […]

আগলৈ

শিশুসকলক মোবাইল আসক্তিৰ পৰা কেনেকৈ আঁতৰাব পাৰি – লিখক :প্ৰতিভা বৰ্মন সিংহ

শিশুসকলক মোবাইল আসক্তিৰ পৰা কেনেকৈ আঁতৰাব পাৰি     আজিকালি প্ৰায়ভাগ সৰু লৰা ছোৱালীৰ হাতত মোবাইল দেখিব পোৱা যায়। সিহঁতে বাহিৰলৈ গৈ খেলাতকৈ মোবাইলত গেম খেলি নাইবা মোবাইলত ৰাইম চাই কাটুন চাই বেছি ভাল পায় যিটো শিশু সকলৰ চকুৰ বাবে বহুত ক্ষতিকাৰক। আমি সকলোৱে জনা উচিত যে বেছি মোবাইল চোৱা শিশুসকল জিদ্দি,খিংখিঙীয়া আৰু খঙাল স্বভাৱৰ হব […]

আগলৈ

উদ্যম vs এলাহ By – Arup Deka

উদ্যম vs এলাহ প্ৰবাহিত ঘটনাৰ দিনাংক :18/04/2019  “দাদা ভোট  দিলেনে?” ঘৰৰ পদূলিত থিয় হৈ থকা শইকীয়া দাক সৌজন্যতাৰ মাতষাৰ লগালো। “পুৱাই দিছো ভাইটি, সেইবিলাক জোট মই দেৰিলৈকে ৰাখি নথও”:শইকীয়া দাৰ চিধা উত্তৰ। “চৰকাৰ কাৰ হব যেন পাইছে এইবাৰ?” এনেয়েও সুধিলোঁ। “যাৰ হয় হব ,সেইবিলাক মাথা মৰাৰ ইচ্ছাও নাই, সময়ো নাই,”পুনৰ চিধা উত্তৰ দি দিলে দাদাই। […]

আগলৈ