Mothers Day Speacial Assamese Short Story Maa মা New Assamese Short Story

মা এটা সৰু শিক্ষনীয় পোষ্ট,আশা কৰো সকলোৱে পঢ়িব **** স্ত্রী: আজি তুমি মোক কিছু প্রশ্ন উত্তৰ দিব লাগিব । স্বামী: কোৱা কি ? স্ত্রী: তুমি ইমান তোমাৰ বৃদ্ধা মা ক লৈ ভাবা কি ? আমাৰ কি কোনো ভবিষ্যৎ নাই? আমাৰ ল’ৰা-ছোৱালী কোনো চিন্তা নকৰা ? স্বামী: মই ঘৰৰ ডাঙৰ ল’ৰা, মোৰ দায়িত্ব, আৰু,তাৰ বাহিৰে মা-দেউতা […]

আগলৈ

Axomiya Kobita সেউজীয়া তাৰ প্ৰিয় Writter : Dipshi Bania

সেউজীয়া তাৰ প্ৰিয় স্বপ্নময় সেউজীয়া আকাশখনিত এমুঠি বাস্তৱায়িত প্ৰেমৰ অনুভৱৰে আলফুলীয়া কোমল ৰঙা কলিজাটিত স্থান দিবলৈ উৎফুল্লিত,,  হৃদয়সংলগ্নাতিত স্মৃতিৰ অসীম  মৰম-ভালপোৱাৰে উপচি  পৰিবলৈ উৎসাহিত প্ৰেমৰ ডায়েৰীখনৰ  উকা পৃষ্ঠাবোৰ,  স্বপ্নয়াতিত ৰামধেনু ৰঙৰ দৰে  কলিজাটিৰ বাকৰিখন ভৰাই তুলিবলৈ,,  আপ্লুত অপেক্ষাৰত ৰক্ত হৃদয়ৰ গভীৰ মৰমবোৰ।।  ✍দিপচী বনিয়া

আগলৈ

Axomia poem:হৃদয়ৰ সংজ্ঞা writer:Nikumoni

হৃদয়ৰ সংজ্ঞা তোমাৰ হৃদয় নামৰ উপন্যাসত যদি মোকো এটা সংলাপ দিয়া, বৰ্ণনা কৰিব মইও পাৰো প্ৰেমৰ সংজ্ঞা, তোমাৰ স্মৃতিবোৰৰ বাখ্যাও এই হৃদয়ে দিয়ে,, এই স্মৃতিবোৰে কঢ়িয়াই ফুৰে তোমাৰ অৱহেলাৰ তাড়না । মোৰ এই ভালপোৱাবোৰৰ বিনিময় তোমাৰ ৰক্তাক্তৰ হৃদয়খন দিলেটো নহব, ব্যৰ্থ এই ভালপোৱা বুলি জানিও কিয় জানো??এই জীপাল হৃদয়খনে বাৰে বাৰে তোমাৰ অৱহেলা সাজখনে আঁৰি […]

আগলৈ

Axomia poem:প্ৰেম writer:মিদুল আলি

প্ৰেম এটা সুমথুৰ শব্দই মোক বিন্ধিছিল সন্মুখৰ পৰা, মোৰ ফালে নোচোৱাকৈ, ইপাৰ সিপাৰ নহল, মূৰটো ভাঙি হৃদয়ৰ কৰবাত ৰৈ গল ! মোক হত্যা কৰি উধাও হৈছিল মই মোক বিচাৰি গৈছিলোঁ, শব্দৰ হাতত মোক দেখি খিলখিলাই হাহিছিলোঁ ক’ত যে হেৰাইছিল সি ! নিচা আৰু ৰাগী নে সেই শব্দত ? শিৰা কোচ খাইছিল,ভাগৰি গৈছিলোঁ, যৌৱনৰ সোণোৱালী পথাৰত […]

আগলৈ

Axomiya Kobita : একপক্ষীয় প্ৰেম-২ writter : Liza Talukdar

“একপক্ষীয় প্ৰেম-২”*************** আপোনাক দেখিলে মোৰ হৃদয় খনে কিবা হাৰ্টবিট কৰিবলৈ ধৰে,আৰু এই স্পন্দনবোৰ কলিজাৰ গভীৰলৈমধুৰ ঝঙ্কাৰ হৈ বিয়পে!আপোনাৰ কলিজাত সুখৰ বৰঘৰ পাতিজীয়া আদৰবোৰত নিজকবিলীন কৰিব খোজো।আপোনাৰ সঞ্চিত বেদনা বোৰ পী খাব পৰাহেঁতেন….!আপুনি কথা ক’লেও উত্তৰ দিব নোৱাৰিলো হেঁতেন আপোনাক!কিন্তু ম‌ই জানো একপক্ষীয়তাৰো আছে এক নিৰৱ ভাষা। -✍️লিজা তালুকদাৰ। 

আগলৈ