New Assamese sad story শাৰিৰীক প্ৰেম assamese short sad story

Axomiya Short Story

Girl = জানো,এয়া কি কৰি আছা ?
Boy = বিয়াৰ পিছত স্বামীয়ে পত্নীৰ লগত যিটো কৰে…
Girl = কিন্তু এতিয়া কিয় ?
Boy = তেন্তে মই কিনো ভূল কৰি আছো….যিটো বিয়াৰ পিছত কৰে মই সেইটো বিয়াৰ আগত কৰি আছো….মই তোমাৰ স্বামী হওঁ….তোমাৰ ওপৰত মোৰ অধিকাৰ আছে…বিয়াৰ আগত
Girl = এইটো ভাল কথা হোৱা নাই কিন্তু….আমাৰ এতিয়ালৈকে বিয়া হোৱা নাই নহয়…
Boy = তুমি ভাৱি আছা মই তোমাৰ লগত টাইম পাছ কৰি আছো…মই তোমাক মোৰ পত্নী বুলিহে ভাৱো…তুমি দেখুন !! হব দিয়া.. আজিৰ পৰা তোমাক কেতিয়াও টাচ্ছ নকৰো দিয়া…
Girl= জানো…sorry…মই কেৱল তোমাৰেই…মোৰ ওপৰত কেৱল তোমাৰেই অধিকাৰ আছে…তোমাৰ যি ইচ্ছা কৰিব পাৰা…Sorry…

Boy – Thankyou my sweet wife..
২ মাহ পিছত….
Girl – জানো…মই গৰ্ভৱতী…?
Boy – কি ???!!
Girl – please মোক বিয়া পাতি লোৱা…
Boy – পাগল হলা নেকি তুমি ??

এতিয়া পাতিব নোৱাৰো বিয়া…বৰ্তমান মোৰ চাকৰি এটাও নাই…এটা কাম কৰো বলা হস্পিতালত গৈ গৰ্ভপাত কৰাই লওঁ…??
Girl – নাই নহব…এগৰাকী মাকে নিজৰ সন্তানক হত্যা কৰিব নোৱাৰে…
Boy – ঠিক আছে…তুমিয়েই থিৰাং কৰি লোৱা…তোমাক পৰপুৰুষৰ সন্তান লাগে নে মোক লাগে…?
Girl – কি কলা…কোনোবা বেলেগৰ সন্তান…!!!?? বাহ: বঢ়িয়া…এতিয়া এইটোহে শুনিব বাকী আছিল..!!

Boy – তেন্তে নহয় যদি কি..?? যিজনী ছোৱালীয়ে বিয়াৰ আগত মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব পাৰে তেন্তে কি গেৰাণ্টি আছে যে বেলেগ কাৰোবাৰ লগত সম্পৰ্ক নকৰিব বুলি…?!! এই বাচ্চাটো আন কাৰোবাৰ হব নোৱাৰে বুলি কিবা গেৰাণ্টি আছে নেকি..?

Girl – ছি:…অলপ হলেও লাজ কৰা…ভগৱানে চব দেখি আছে…ক্ষমা নকৰিব তোমাক…৷
Boy – শুনা…আজিৰে পৰা আৰু কেতিয়াও তোমাৰ চেহেৰাই নেদেখুৱাবা মোক…বেলেগ কাৰোবাৰ অবৈধ সন্তানক মোৰ নাম দি সমাজত মোক বদনামী কৰিব আহিছা…ছি: ইমান দুষ্ট তিৰোতা তুমি ৷
Girl – (চিঞৰি চিঞৰি কান্দিব ধৰিলে) ঠিক আছে…বহুত পচতাবি তই…(crying)

(ছোৱালীজনীয়ে বহুত বেছি কান্দি থাকিল আৰু তাইৰ পিতৃ-মাতৃয়ে তাইক ঘৰৰ পৰা ওলাই দিলে….তাই উপায়ন্তৰ হৈ অকলশৰে ইফালেসিফালে ঘুৰিফুৰিল…কোনো এজন মানুহে তাইক সহায় নকৰিলে.. এদিন হঠাৎ তাই এখন চলন্ত গাড়ীৰ তলত পৰিল আৰু থিতাতে মৃত্যু হৈ গল)

কিন্তু গৰ্ভত থকা এই কেচুৱাটোৰ কি অপৰাধ আছিল যে পৃথিৱীলৈ অহাৰ আগতে টেঁটু চেপি মাৰি পেলোৱা হল…??
ভূল কৰে কোনোবা দুজন প্ৰেমৰ পূজাৰীয়ে আৰু শাস্তি পায় কোনোবা বেলেগে…

আৰু এটা কথা লৰাবোৰক কব বিচাৰো…এই যে ছোৱালী জাতিটো…ইহঁতৰ মানসন্মান ইহঁতৰ নিজৰ প্ৰাণতকৈও অধিক প্ৰিয়…
এই ছোৱালীবোৰে আমাক এইভাৱি ভৰসা নকৰে যে আমি বহুত হেন্ডছাম…বৰঞ্চ আমাক এইকাৰণে ভৰসা কৰে যে আমি সিহঁতক সছা আৰু প্ৰকৃত ভালপাওঁ ৷
সিহঁতে কি জানে যে…কিছুমান লৰাই ছোৱালীবোৰক কেৱল ভোগ কৰিবলৈহে প্ৰেমৰ নাটক কৰে…

পুৰুষৰ_পুৰুষত্ব…মহিলাৰ মানসন্মান লুটপাট কৰিলে বৃদ্ধি নহয় , বৰঞ্চ মহিলাক মৰ্য্যদা আৰু সন্মান দিলেহে বৃদ্ধি হয় ৷

(সকলোবোৰ লৰা-ছোৱালীয়ে এইখিনি ভূল নুবুজিব plz
🙏প্ৰেম কৰিলেও বিবেকক শুৱাই নথব🙏.🙏বেয়া পালে ক্ষমা কৰিব🙏 অন্তৰ ছুই গলে share কৰিব)

বি দ্ৰ:
এইতো এ টা মাঠো copy পোস্ট হে….লিখকজনক আমি বিচাৰি পোৱা নাই যদি তেও এইটো পস্ট পঢ়ি আছে তেন্ততে আমাৰ লগত যোগাযোগ কৰক | শ্বেয়াৰ কৰক আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ধন্যবাদ ,!!!

Leave a Reply

Your email address will not be published. Required fields are marked *