Mothers Day Speacial Assamese Short Story Maa মা New Assamese Short Story

Admin Post Axomiya Short Story

মা

এটা সৰু শিক্ষনীয় পোষ্ট,আশা কৰো
সকলোৱে পঢ়িব ****

স্ত্রী: আজি তুমি মোক কিছু
প্রশ্ন উত্তৰ দিব লাগিব ।
স্বামী: কোৱা কি ?
স্ত্রী: তুমি ইমান তোমাৰ বৃদ্ধা মা ক
লৈ ভাবা কি ? আমাৰ কি কোনো
ভবিষ্যৎ নাই?
আমাৰ ল’ৰা-ছোৱালী
কোনো চিন্তা নকৰা ?
স্বামী: মই ঘৰৰ ডাঙৰ ল’ৰা, মোৰ
দায়িত্ব,
আৰু,তাৰ বাহিৰে মা-দেউতা
আমাক অনেক কষ্টত মানুহ কৰিছে
আমি তাক লৈ নাভাবিলে কি
ভাবিম ??
স্ত্রী: তোমাৰ তো আৰু ভাইহঁত আছে
সিহঁতে চাব ?
স্বামী: সিহতঁৰ স্ত্রীয়েও যদি এনেকুৱা
কয় , তেন্তে আমাৰ বৃদ্ধা মাক কোনে
চাব ??
স্ত্রী: মই সেইবোৰ একো নাজানো ।
মই নোৱাৰো ইমান খাটনি খাটিবলৈ ।
আৰু,তোমাকও নিদিও ইমান কৈ পিছত
টকা
খৰচ কৰিব !!
স্বামী: আজি পৰা মই মোৰ মাকৰ
ভৰিৰ তলতে শুম । তোমাৰ লগত
শুৱাতকৈ, মাকৰ ভৰিৰ তলত
শুৱাৰ হাজাৰ গুণ শান্তি।
স্ত্রী: ৰাগানিত্ব হয় !!
আজি বুছিলো তুমি মোক অলপো
ভাল নোপোৱা !!
তোমাৰ লগত আৰু সংসাৰ কৰা নহব!!
আচ্ছা এটা কথাৰ উত্তৰ দিয়া ?
তুমি মোক নে তোমাৰ মাকক
বেছি
ভাল পোৱা ??
স্বামী: দুইজনকে মোৰ জীৱনতকৈও
বেছি ভাল পাওঁ।
স্ত্রী: কাক বেছি?
ধৰা মই,
আৰু তোমাৰ “মা”এটা বিপদত পৰিছো!
যে কোনো এজনক বছাব পাৰিব
তুমি
কাক বছাবা ??
স্বামী: আমাৰ মাক বছাই
তোমাক
সাৱতি ধৰি তোমাৰ লগত মৰি যাম।

স্ত্রী তাইৰ কথাত ভুল বুজিব পাৰি কান্দিব
আৰম্ভ কৰি দিলে ।

স্বামী: এতিয়া মই তোমাক
কথা এটা
ক’ম মনোযোগ দি শুনা।
ধৰা,মই আৰু তুমি মুৰৰ ঘাম পেলাই
আমাৰ ল’ৰা-ছোৱালীক মানুহ কৰিলো।
মই,মৰি গ’লো তুমি বৃদ্ধ হয়
গ’লা তেতিয়া আমাৰ ল’ৰা-ছোৱালীৱে স্ত্রী
আহি যদি কয়_ এনেকুৱা কথা বিলাক ।
আৰু,আমাৰ ল’ৰাই যদি তাৰ স্ত্রীৰ
কথা
শুনি তোমাক চোৱা-চিতা নকৰে
বৃদ্ধার্শ্রমত থয় আহে।
তেতিয়া, তোমাৰ কিমান কষ্ট লাগিব?

স্ত্রী: অ’ মা মোক ক্ষমা কৰি দিয়া ।
মই যে এজনী মা মইও যে এদিন
বৃদ্ধ হব লাগিব মই সেই কথা পাহৰিয়ে
গৈছিলো অ’ ।
মই আজি পৰা তোমাৰ মাকক
নিজৰ “মা”
মোৰ ,জীৱনতকৈও বেছি
ভাল পাম ।।

আমাৰ সমাজত আজি-কালি এনেকুৱা ল’ৰা
পোৱাই কষ্টকৰ,আপোনাৰ স্ত্রী তো আৰু
ডাঙৰ কথা নহয়,ভুল হোৱাটো স্বাভাবিক
সেইতো নে ?
তেতিয়াহলে,তাইৰ ভুল বিলাক
কিয় শুধৰাই দিব নোৱাৰে।

অনেক আজে বাজে
পোষ্ট শ্বেয়াৰ কৰে এইবাৰ মা নামত ভাল পোষ্ট শ্বেয়াৰ কৰক
এনেধৰনৰ শিক্ষনীয় আৰু ভাল লগাৰ হাজাৰ হাজাৰ গল্প পাবলৈ
আমাৰ website visit কৰিব |
ধন্যবাদ ।।(কেৱল এদিনেই নহয় মাতৃ দিৱস)
Copyed from( Anurag Zubin B I )Daa

Leave a Reply

Your email address will not be published. Required fields are marked *