Assamese Love Story নিয়ৰত সেমেকা ৰাতি Writter Satyajit Gogoi

Axomiya Story Nioyoror Khemeka Rati


নিয়ৰত সেমেকা ৰাতি

Part 1


এই তোৰ লগৰজনীক পতাই দে না৷
কোন লগৰ?
সেই যে বিনি কোৱাজনী,তাইক মোৰ ভাল লাগিছে৷
ৰ কাইলৈ মই School গলে তাইক কৈ ছাম৷
এইয়া মোৰ ভনী অকন৷তাইৰ লগত এইবোৰ ক্ষেত্ৰত মই free.সকলো কথাই পাতোঁ আমি৷বিনিক মই আগৰপৰাই দেখি থকা,ভাল লাগে তাইক কিবা এতা মোৰ৷তাইৰ বাইদেউগৰাকী মোৰ লগতে পঢে,কিন্ত বাইককতো আৰু সেইবোৰ কব নোৱাৰি৷মনে মনেই কামতো কৰিব লাগিব যাতে কোনেও কথাটো গম নাপাই৷
তই যা এতিয়া,কাইলৈ যেনে তেনে কামতো কৰিবি৷
আৰে love love ভাব এতা আহিয়ে গৈছে দেখুন৷যা যা তই এতিয়া৷
মই ৰুমত থাকো৷College ত 1st year Studentতাতে Scienc ত পঢোঁ৷আৰু বিনি নাইন ত পঢ়ে৷বহুত সৰু আছোঁ,তথাপিও love কৰিমেই কেলা৷

দিনতো নাযায় নুপুৱাই এতিয়া৷love love ভাবতো আহিয়ে আছে৷কেতিয়ানো 3 বাজিব দেই৷কলেজো নগলো মই৷কি কি কৰিব লাগিব চিন্তা কৰি আছোঁ৷কম লাজ লাগিবনে বাৰু,হি হি হি…….

2.30 ত ফোনতো বাজিল৷
অই ক পতিল নাই,
হেই ৰ,ইমান তত পোৱা নাই নে৷মই মানে তাইক তোৰ কথা কলো৷তোক হি দেখাই নাই৷মই বঢ়াই চঢ়াই কলো আৰু৷তাই চিন্তা কৰিম বুলি কৈছে৷
এই হি পতিব নাই কচোন৷

চিন্তা কৰিম বুলি কৈছে
যেতিয়া পতিবই মোৰ মতে৷

কাইলৈ সুধিবিয়ে তাইক৷আৰু মোৰ ফোন no দি দিবি৷

ঠিক আছে মোক Recharge এতা কৰি দে এতিয়৷

কাইলৈ কৰিম,আজি পইছা নাই যা৷
বাই এতিয়া,মোক মাই মাতিছে৷
বাই৷লগৰবোৰক কওগৈ নেকি কথাতো৷এই নাই নাই নপতিলে মানে এনেই লাজ পাম৷আজি চিনেমা দুখন মবাইলত সুমুৱাই আনো৷একদম পিয়ৰ love story.
গধুলি ভাত খাই বঢ়ি গলো চিনেমা চাবলৈ৷
কেলা দোকানিক কলো Love story,দি দিলে ইমৰান হাছমীৰ দুখন চিনেমা৷কি যে দেই৷

আজি কলেজ যাব লাগিব৷নহলে গালিয়ে দিব MD য়ে৷দিনতো যেনে তেনে পাৰ কৰি দিলোঁ৷ফিলিংতো আছেই৷ৰুমলৈ আহি ভাত খাই মবাইল লৈ ৰেডি,কেতিয়া ফোন আহিব৷

ছাৰি বজাত অকনে ফোন কৰিলে৷
অই party খোৱাবি৷
….. হল নাই কামতো
…. হল,তোলৈ ফোন কৰিব গধুলি৷তাইৰ নিজৰ মবাইল নাই৷বাইকৰ মবাইলৰ পৰা ফোন কৰিম কৈছে৷
আৰু মোক 30 টকাৰ লাপু এতা কৰি দে এতিয়৷
…… ঠিক আছে,মই গধুলী উলাই গলে কৰি দিম৷
….. কৰিবি কিন্ত৷বাই…..

Leave a Reply

Your email address will not be published. Required fields are marked *