Assamese Kobita

Axomiya Kobita মোৰ মন আকাশৰ জোন writer khun

মোৰ মন আকাশৰ জোন দুগালত হাত থৈ তুমি কি ভাবা….(জোন…!!!) সপোন নদীত নামিবা মোক বিচাৰি পাবা…. তোমাৰ ওঁঠৰ মোহনাত কি গজে ওঁঠে ওঁঠে লগলাগি প্রেমৰ আস্বাদন বাঢ়ে ৷ তোমাৰ বুকুৰ খলা-বমাত প্রেমিক চৰায়ে বাহ সাজে তোমাৰ বুকুৰ চ’ৰাঘৰত ৰুণুক-জুনুক জুনুকা মাতে তোমাৰ লাজুকী হাঁহিত কি আছে…!! চকুৰ চাৱনিত জোনাক নাচে….! পূর্ণিমাৰ জোনটি হৈ পোহৰাব আহিছা […]

Axomiya Kobita শুভ্ৰ সেন্দুৰ Writter : Masum Borthakur

শুভ্ৰ সেন্দুৰ ৰঙাতকৈ বগাৰ উজ্জ্বলতা বেছি হয়তোবা প্ৰাপ্যত অধিকাৰো। ৰঙাই উপাধি সলাই নিজক সজাই সেন্দুৰীয়া আলিৰ মাজেৰে আৰ্চী পোনাই । ৰঙাই সুখ ফহটিয়াই চাই, বগাত দুখে ফৰ্মূটিয়াই। কাল পৰিধিত ৰঙচুৱাই মোট সলাই শুভ্ৰতাৰ আঁৰ টানি জড়তাই গ্ৰাসত পেলায়। ✍️মাচুম বৰঠাকুৰ

Axomiya Story

New Assamese Love story এৰেন্জ মেৰেজ:Assamese Short love story Story

❤️এৰেন্জ মেৰেজ❤️ –কেইটা বাজিল এবাৰ ঘড়ীত চাওঁকচোন ?? বিয়াৰ দুদিনমান পিছতেই তাইৰ এনে সাহসী প্রশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলো ৰাতি ১২.৩০ । মই তেতিয়া দৰ্জাৰ বাহিৰত। মুখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি কলো ….. —-শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছো। অন্য কোনো […]

Axomiya article

Axomiya Article নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক Writter Kishor Deka

নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক যদিহে অহা বছৰটোৰ আজিৰ দিনটো কেনেকুৱা হব সেয়া চাবলৈ বিচাৰে তেন্তে আজি অলপ ভয় খাওক ,পিছে আতংকিত নহব । কাৰণ আমি ভাৰতীয়সকলে যেতিয়ালৈকে ভয় নাখাওঁ তেতিয়ালৈকে সচেতন নহওঁ । ৰাজ্যখনৰ সকলো স্তৰৰ মানুহেই আজিৰ তাৰিখত ভয় খোৱাটো প্ৰয়োজন। বামপন্থী ,সোঁপন্থী , কা-বিৰোধী , সৰ্মথনকাৰী , হিন্দু-মুছলমান সকলোৱে ভয় খাওক। […]

Axomiya Short story

New Assamese Love Story সচাঁ ভালপোৱা part 2 Assamese Heart Touching Love Story

“ছোৱালীজনী অষ্টম শ্ৰেণীত আৰু ল’ৰাজন দশম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে!দুবছৰতে দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পৰ্ক গঢ়ি উঠে! যেতিয়া ছোৱালীজনী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হয় তেতিয়া ছোৱালীজনীৰ মাক-দেউতাকে বিয়া দিয়াৰ সিধান্ত লয়! যেতিয়া ছোৱালীজনীয়ে মাক-দেউতাকে পতা কথাবোৰ গম পাই! তেতিয়া ল’ৰাটোক কয়! এতিয়া কি কৰা কৰা তুমি? মই তোমাক এৰি জীয়াই […]